কাঁইটীয়াকাঁইটীয়া চামুচ

কাঁইটীয়া কচু (Assamese) [ Roman: ka~i.ti.ya ko.su]
plc: -বিলাক, -বোৰ, dfc: -খিনি, -ডাল
Contributed by: Pramathesh Borkotoky(প্ৰমথেশ বৰকটকী) on 2008-06-17
1. (Common Noun) Arum like edible aquatic herb with thorns. দ ঠাইত হোৱা, কাঁইটীয়া, শকত গা-গছৰ কচু৷ পাতৰ মধ্যসিৰা, শাখা সিৰা কাঁইটীয়া, বৃন্ত দীঘল, ত্ৰিভুজাকাৰ,অখন্ড, বা পখীপাদাকৃতি৷